
নীলা চৰাই
120 subscribers
About নীলা চৰাই
nilacharai.com | অসমীয়া সাহিত্য, বাৰ্তা আৰু আলোচনা | আপোনাৰ লেখা পঠাওক এই ঠিকনাত: [email protected] | facebook.com/nilacharai | x.com/nilacharai
Similar Channels
Swipe to see more
Posts

ময়াপী জীৱন ৰহস্যময় সাঁথৰ লক্ষ্য অনেক, বাট ধূসৰ ধূসৰ... টোলন তছাৰ কবিতা: ৰূপান্তৰ https://nilacharai.com/rupantar-assamese-poem/

অমলিন ইতিহাস বিজড়িত এটা গানৰ আগে-পিছে ঐতিহ্যৰ টানটো যদি আৰু টানি দিয়া হয়? তেনেকুৱা ধৰণৰ এটা কামেই কৰিলে এই সময়ৰ এগৰাকী প্ৰতিভাশালী শিল্পী সৃজনী ভাস্ব মহন্তই। তেওঁ জয়মতীৰ পূৰ্বৰ প্ৰায় দুশ বছৰ আৰু দহ বছৰীয়া ভূপেন হাজৰিকাৰ পৰা পৰৱৰ্তী প্ৰায় নবৈব বছৰ গানটোত জুৰি দিলে!... পল্লৱপ্ৰাণ গোস্বামীৰ আলোচনা: এনেকৈয়ে ভাস্বত হয় সৃজনৰ লগ্ন https://nilacharai.com/sakhi-he-srijani-bhaswa-mahanta/

ধূলিয়ৰী বাটৰ ছবি একা-বেঁকা তৰাং নদী আকাশো যে পলাশৰঙী... ৰূপজ্যোতি গোস্বামীৰ কবিতা: https://nilacharai.com/fagunar-geet

কাৰ ভৰিৰ খোজত খপ্জপাই উঠিল সৰি পৰা শুকান পাতবোৰ... উৎপল বৰকটকীৰ কবিতা: ফাগুনে কালৈকো ভ্ৰূক্ষেপ নকৰে https://nilacharai.com/phagun-asamiya-kabita/

সৌ পাহাৰৰ বুকুত এই ডুবুঁ এই ডুবুঁ ৰঙা সূৰ্য কোমল তাৰ ৰঙা পোহৰ ফাগুন মৰুময় ধৰাৰ এটা জীয়া সপোন... উৎপল বৰকটকীৰ কবিতা: ফাগুন https://nilacharai.com/fagun-kabita-assamese-poem/

দেশী গাইৰ গাখীৰ বিদেশী গাইতকৈ ভাল বুলি ভাইৰেল হোৱাৰ পাছৰে পৰা এচাম গোৱাল Hydrophilia বেমাৰত ভুগিছে। অধমে অসমীয়া ভাষাত বেমাৰটোৰ নাম দিছোঁ— জলপিয়াৰী বেমাৰ!... ড° অৰূপ কুমাৰ শৰ্মাৰ ৰম্য ৰচনা: দুগ্ধৰামৰ জলপিয়াৰী বেমাৰ https://nilacharai.com/jalpiyari-bemar/

এয়া জানো আমাৰেই দৰে নহয়, ইঠাইৰ পৰা সিঠাইলৈ যাত্ৰাৰত... দেৱজিৎ গোস্বামীৰ অনুবাদত ভিক্টোৰিয়া চ্চেঙৰ কবিতা: যাত্ৰাপথ https://nilacharai.com/passage-victoria-chang-assamese-translation/

পুৰণি কামৰূপ ৰাজ্যৰ সংখ্যাগৰিষ্ঠ অধিবাসী আৰু শাসকমণ্ডলী কলিতা জাতিৰে আছিল। ইয়াৰ অসংখ্য প্ৰমাণ হিন্দু আৰু বৌদ্ধ উভয় ধৰ্মৰ ধৰ্মীয় পুথি-পাঁজি, শিলালিপি, তাম্ৰলিপি আদিত উল্লেখ আছে।... অনিৰ্বাণ দত্তৰ প্ৰবন্ধ: অসমৰ আটাইতকৈ পুৰণিকলীয়া আদিবাসী কলিতাসকলৰ সংকটাপন্ন অস্তিত্বৰ প্ৰশ্ন https://nilacharai.com/endangered-existence-of-kalitas-assam/