Daily Current Affairs MCQs
Daily Current Affairs MCQs
January 25, 2025 at 12:39 PM
*1.আহোম সকলৰ প্ৰচলিত মুদ্ৰা টকাৰ ওজন কিমান আছিল?* A)১৬৬ B)১৭৬ C)১৮৬ D)১৯৯ *2.আহোম আৰু কছাৰী সকলৰ মাজত সংঘটিত প্ৰথমখন যুদ্ধ কোন জন ৰজাৰ দিনত হৈছিল?* A) চুডাংফা B) চুহুংমুং C) চুচেওঁফা D) চুক্লেংমুঙ *3.ৰায়ত সভা কেতিয়া গঠন কৰা হৈছিল?* A)১৯৩৩ B)১৯২৬ C)১৯৩০ D)১৯২৭ *4."বন্দিনি ভাৰত" নামৰ বিদ্ৰোহাত্মক নাটক খনৰ ৰচক কোন?* A) জগন্নাথ বৰুৱা B) অম্বিকা দেৱী C)প্ৰসন্ন লাল চৌধুৰী D) অম্বিকাগিৰি ৰায় চৌধুৰী *5.ৰাষ্ট্ৰীয় আৰক্ষী শিক্ষানুষ্ঠান ক'ত অৱস্থিত?* A) মহাৰাষ্ট্ৰ B) হাইদৰাবাদ C) পুনে D)বাংগালোৰ *6.নিম্নলিখিত কোন জন অসমীয়া সাহিত্যিকক অসম সাহিত্য অকাডেমি বঁটা প্ৰদান কৰা নাছিল?* A)তীৰ্থনাথ শৰ্মা B) শীলভদ্ৰ C) ভূপেন হাজৰিকা D) নীলমণি ফুকন *7.আনন্দৰাম বৰুৱা বঁটা কেতিয়াৰ পৰা প্ৰদান কৰা হৈছিল?* A)১৯৯১ B)১৯৬১ C)১৯৮২ D)১৯৬৮ *8.কোন জন সাহিত্যিকে "বেদনাৰ উল্কা"নামৰ উপন্যাসৰ বাবে ১৯৬৬চনত অসম সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল?* A) অম্বিকাগিৰি ৰায় চৌধুৰী B) ৰংবং তেৰাং C) ভবেন্দ্ৰনাথ শইকীয়া D) অজিত বৰুৱা *9.কোন জন মধ্যযুগীয় ভাৰতীয় লিখকে তেওঁৰ লিখনিত আমেৰিকা আৱিষ্কাৰৰ বিষয়ে উল্লেখ কৰিছিল?* A) মহ:বিন টোগলক B) কুতুব উদ্দিন আইবাক C) আবুল ফজল D) হুমায়োন *10.বৰাক নদীৰ উপনৈ কেইখন?* A)৯ B)৫ C)১০ D)৭ *💥 বিভিন্ন ক্ষেত্ৰত অসমৰ প্ৰথম 💥* ✍️সৰ্বপ্ৰথম অসমীয়া গদ্য লিখক: ভট্টদেৱ ✍️অসমৰ প্ৰথম গ্ৰেজুৱেট আৰু প্ৰথম আই. চি.এছ: আনন্দৰাম বৰুৱা ✍️বিলাতলৈ পঢ়িব যোৱা প্ৰথম অসমীয়া: আনন্দৰাম ঢেকিয়াল ফুকন ✍️অসমৰ প্ৰথম চাহ খেতিয়ক: মণিৰাম দেৱান ✍️বিলাতত ইঞ্জনিয়াৰিং পাছ কৰা প্ৰথম অসমীয়া: বলি নাৰায়ন বৰা ✍️ভাৰতৰ প্ৰথম অসমীয়া ৰাষ্ট্ৰপতি: ফখৰুদ্দিন আলি আহমেদ ✍️ভাৰতৰ উচ্চ ন্যায়ালয় ৰ প্ৰথম প্ৰথম অসমীয়া ন্যায়াধীশ: পাৰ্বতী কুমাৰ গোস্বামী ✍️অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী: চৈয়দা আনোৱাৰা টাইমূৰ ✍️অসমৰ প্ৰথম মহিলা কেন্দ্ৰীয় মন্ত্ৰী: ৰেণুকা দেৱী বৰকটকী ✍️অসমৰ একমাত্ৰ দাদা চাহেব ফাল্কে বঁটা বিজয়ী: ড. ভূপেন হাজৰিকা ✍️অসমৰ প্ৰথম কথাছবি পৰিচালক: প্ৰমথেশ বৰুৱা ✍️সৰ্বপ্ৰথম অসমীয়া বুৰঞ্জী লিখক: হলিৰাম ঢেকিয়াল ফুকন ✍️সৰ্বপ্ৰথম অসমীয়া নাট্যকাৰ: ব্ৰজ শৰ্মা ✍️সৰ্বপ্ৰথম দেশৰ কাৰণে প্ৰাণ আহুতি দিওতা: পিয়লি ফুকন ✍️সৰ্বপ্ৰথম জাতীয় কংগ্ৰেছৰ সভাপতি: দেৱকান্ত বৰুৱা ✍️অসম সাহিত্য সভাৰ প্ৰথম সভাপতি: পদ্মনাথ গোহাঞি বৰুৱা ✍️অসমৰ প্ৰথম মহিলা গ্ৰেজুৱেট দুগৰাকী: সুখলতা দুৱৰা আৰু সুধালতা দুৱাৰা ✍️প্ৰথম অসমীয়া ৰাজ্যপাল: বিষ্ণুৰাম মেধি (মাদ্ৰাছ ১৯৫৭) ✍️ আইন বিষয়ত ডক্তৰেট পোৱা প্ৰথম অসমীয়া: ড. জগদীশ মেধি ✍️ভাৰত ৰত্ন সন্মান পোৱা প্ৰথম অসমীয়া: গোপীনাথ বৰদলৈ ✍️প্ৰথম অসমীয়া নাট্যকাৰ: শ্ৰীমন্ত শংকৰদেৱ(চিহ্নযাত্ৰা) ✍️প্ৰথম অসমীয়া ৰিজাৰ্ভ বেংকৰ সঞ্চালক: গণেশ ফুকন ✍️অসমৰ প্ৰথম মহিলা সাহিত্যিক পেঞ্চনাৰ: নলিনী বালা দেৱী ✍️প্ৰথম অসমীয়া মহিলা পাইলট: ধীৰা হাজৰিকা ✍️সৰ্বপ্ৰথম অসমীয়া ভাষাত ডক্তৰেট ডিগ্ৰী পোৱা ব্যক্তি জন: ড. বাণীকান্ত কাকতি ✍️প্ৰথম অসমীয়া বোলছবি নিৰ্মাতা: জ্যোতিপ্ৰসাদ আগৰৱালা ✍️সৰ্বপ্ৰথম অসমীয়া পি. এইচ. দি: ময়দুল ইছলাম বৰা ✍️সৰ্বপ্ৰথম অসমীয়া কেন্দ্ৰীয় মন্ত্ৰী সভাৰ সদস্য: সুৰেন্দ্ৰ নাথ বুঢ়াগোহাঁই ✍️এছিয়ান গেমছত স্বৰ্ণপদক পোৱা প্ৰথম অসমীয়া দৌৰবিদ: ভোগেশ্বৰ বৰুৱা ✍️গুৱাহাটী বিশ্ববিদ্যালয় ৰ প্ৰথম উপাচাৰ্য: কৃষ্ণকান্ত সন্দিকৈ ✍️প্ৰথম অসমীয়া মহিলা ডক্তৰেট: ড. লক্ষ্মী দেৱী ✍️পদ্মশ্ৰী সন্মান পোৱা প্ৰথম অসমীয়া মহিলা: নলিনী বালা দেৱী ✍️প্ৰথম মহিলা ডাক্তৰ: ডা. ৰজনী প্ৰভা শইকীয়া ✍️কলেজৰ প্ৰথম অসমীয়া মহিলা অধ্যক্ষা: ৰাজবালা দাস ✍️প্ৰথম অসমীয়া মহিলা আই. এ.এছ: শ্ৰীমতী পাৰুল দাস ✍️অসমৰ প্ৰথম মহিলা মন্ত্ৰী: মেডিচ ডান ✍️জ্ঞানপীঠ বঁটাৰে সন্মানিত প্ৰথম অসমীয়া মহিলা: ড. মামনি ৰয়চম গোস্বামী ১. ভাৰতৰ বুৰঞ্জীত কোনটো যুগক সোণালী যোগ বুলি কোৱা হয় ? উত্তৰ:- গুপ্ত যুগ ! ২. গুপ্ত যুগৰ বিখ্যাত গণিতজ্ঞ জনৰ নাম কি ? উত্তৰ:- আৰ্যভট্ট ! ৩. ৰামচৰিত মানস কোনে লিখিছিল ? উত্তৰ:- তুলসী দাসে ! ৪. ইতিহাসৰ পিতা কোন ? উত্তৰ:- হিৰডটাছ ! ৫. আটাইতকৈ প্ৰচীনতম ৰাজবংশটোৰ নাম কি ? উত্তৰ:- মৌৰ্য বংশ ! ৬. প্ৰথম অসমীয়া ছনেট কবিতাটিৰ নাম কি ? উত্তৰ:- প্ৰিয়তমাৰ চিঠি ( হেমচন্দ্ৰ গোস্বামী )! ৭. ভাৰতীয় সংবিধানৰ কোন অনুসূচিত স্বীকৃতি প্ৰাপ্ত ভাষাকেইটা অন্তৰ্ভুক্ত কৰা হৈছে ? উত্তৰ:- অষ্টম অনুসূচিত ! ৮. কোনটো অংগক ভাৰতীয় সংবিধানৰ আত্মা দিয়া হৈছে ? উত্তৰ:- সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ ! ৯. দাদা চাহেব ফাল্কে বঁটা কি ক্ষেত্ৰত প্ৰদান কৰা হয় ? উত্তৰ:- চলচ্চিত্ৰ ! ১০. মূলাগাভৰু কাৰ বিৰুদ্ধে যুঁজ দি মৃত্যু হৈছিল ? উত্তৰ:- তুৰ্বক ! ১১. ভাৰতৰ নেপোলিয়ন বুলি কাক কোৱা হয় ? উত্তৰ:- সমুদ্ৰ গুপ্ত ! ১২. কোনখন ঠাইক Sectlond of assam বুলি কোৱা হয় ? উত্তৰ:- হাফলং !
❤️ 👍 🙏 11

Comments