Daily Current Affairs MCQs
Daily Current Affairs MCQs
January 28, 2025 at 03:45 AM
১৫ আগষ্টত পাতাকাখন ৰচীৰে মেৰিয়াই মাজভাগত (চিত্ৰত দেখুৱাৰ দৰে) থোৱা হয় আৰু উত্তোলন সময়ত ৰচীডাল ধৰি টানি-টানি বাঁহৰ মূৰত নি বান্ধি থোৱা হয় আৰু ২৬ জানুৱাৰীত পতাকা খন একেবাৰে বাঁহৰ মূৰত বান্ধি থয় আৰু উত্তোলনৰ সময়ত তাতে মাথো প্ৰসাৰন কৰি দিয়া হয় । ১৫ আগষ্টত আমি যি জাতীয় পতাকা উত্তোলন কৰোঁ, অফিচিয়েলি তাক Hoisting বুলি কোৱা হয় । অথচ ২৬ জানুৱাৰীত আমি জাতীয় পতাকা Unfurl হে কৰোঁ । এই দুটা শব্দৰ প্ৰকৃত অর্থ কি? আহক, গণৰাজ্য দিৱসৰ এই পবিত্র ক্ষণত আমি Hoisting আৰু Unfurl ৰ পার্থক্য কি জানি লওঁ: ১৫ আগষ্টৰ দিনা জাতীয় পতাকাখন তলৰ পৰা ওপৰলৈ উত্তোলন কৰা হয় । তাকে Hoisting বোলে । ইয়াৰ অৰ্থ এয়ে যে, এসময়ত আমি পৰাধীন আছিলো । আমাৰ পতাকা সেই সময়ত তলত আছিল । ইংৰাজৰ দাসত্বৰ পৰা মুক্ত হৈ আমি স্বাধীন হৈছো । সেয়ে আমাৰ পতাকা তলৰ পৰা ওপৰলৈ উঠিল !! ২৬ জানুৱাৰীৰ দিনা কিন্তু আমাৰ পতাকাখন দণ্ডৰ ওপৰত জাপি বান্ধি ৰখা হয় । ৰচিডালত টান এটা মাৰি সেই পতাকা কেৱল উৰিবলৈহে খুলি দিয়া হয় । সেইদিনা তলৰ পৰা পতাকাখন ওপৰলৈ নিয়া নহয় ! এই প্রক্রিয়াক Unfurled বুলি কোৱা হয় । ইয়াৰ অৰ্থ এয়ে যে, আমি এখন সার্বভৌমত্ব ৰাষ্ট্ৰ, আমাৰ পতাকা সদায় দণ্ডৰ👇👇👇
👍 ❤️ 7

Comments