AssamTopper.Com
January 31, 2025 at 04:17 AM
*✅ Important Notice*
*Assam GT/PGT TET নিযুক্তি পৰীক্ষাত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীসকলে 3 ফেব্ৰুৱাৰীৰ পৰা 20 ফেব্ৰুৱাৰীৰ ভিতৰত OMR শ্বীটৰ Soft Copy-ৰ বাবে আবেদন দাখিল কৰিব পাৰিব।*
*GT/PGT TET-ৰ Answer Key সমূহ 4 ফেব্ৰুৱাৰী 2025 তাৰিখে অফিচিয়েল ৱেবছাইটত উপলব্ধ কৰা হ’ব।*
❤️
🙏
4