BJP Assam

21.0K subscribers

Verified Channel
BJP Assam
January 18, 2025 at 12:15 PM
নমস্কাৰ, দলীয় সম্ভাষণ গ্ৰহণ কৰিব, এই মাহৰ অন্তিমটো ৰবিবাৰ অৰ্থাৎ অহা ২৬ জানুৱাৰী তাৰিখে গণতন্ত্ৰ দিৱস হোৱাৰ বাবে এই মাহৰ অৰ্থাৎ ২০২৫ ইংৰাজী বৰ্ষৰ প্ৰথমটো ' মন কি বাত' অনুষ্ঠানটো কাইলৈ অৰ্থাৎ ১৯ জানুৱাৰী তাৰিখে দিনৰ ১১ বজাত সম্প্ৰচাৰ হ'ব। সেয়েহে উক্ত অনুষ্ঠানটো সমূহ বুথ সভাপতিকে নিজৰ নিজৰ বুথত অনুষ্ঠিত কৰিবলৈ অনুৰোধ জনালোঁ। লগতে মাননীয় ৰাজ‍্যিক সভাপতি মহোদয়ৰ আহ্বানমৰ্মে সকলো জ‍্যেষ্ঠ কাৰ্যকৰ্তাৰে নিজ নিজ বুথত এই 'মন কি বাত' অনুষ্ঠানত নিশ্চিত উপস্থিতি কামনা কৰিলোঁ। তদুপৰি কোনে কোনটো বুথত উপস্থিত থাকিব সেয়া সমূহ কাৰ্যকৰ্তাকে নিজৰ নিজৰ ফেচবুক আৰু Twitterৰ একাউণ্টত #mankibaat2025 hastagটো ব্যৱহাৰ কৰি পোষ্ট কৰিবলৈ আহ্বান জনালোঁ আৰু তিনিখনকৈ ফটো তলত দিয়া লিংকত কাইলৈ সন্ধিয়া ৫ বজাৰ ভিতৰত প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ। https://assambjpdata.online/MaanKiBaatReport.php Please save the Number to access the link, Regards, State President Office, BJP Assam Pradesh
🙏 ❤️ 9

Comments