BJP Assam

21.0K subscribers

Verified Channel
BJP Assam
January 18, 2025 at 12:16 PM
আমি দৃঢ়‌ বিশ্বাসী যে মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কোৱাৰ দৰে বিজেপি, অসম প্ৰদেশৰ ৰাজ্যিক সভাপতি শ্ৰীযুত দিলীপ শইকীয়া ডাঙৰীয়াৰ নেতৃত্বত অহা বিধানসভা নিৰ্বাচনত আমি ১০০তকৈ অধিক আসন লাভ কৰি অভূতপূৰ্ব সাফল্য লাভ কৰিম।
❤️ 🙏 👍 29

Comments