BJP Assam
January 19, 2025 at 07:15 AM
অসমীয়া কাব্য সাহিত্যৰ এটি উজ্জ্বল নক্ষত্ৰ, কাব্য ঋষি নীলমণি ফুকনদেৱৰ পুণ্যতিথিত তেখেতলৈ গভীৰ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিছোঁ।
জ্ঞানপীঠ, সাহিত্য অকাডেমি, পদ্মশ্ৰী, অসম উপত্যকা সাহিত্য বঁটা আদি বিভিন্ন সন্মানেৰে বিভূষিত নীলমণি ফুকনদেৱে নিজৰ সৃষ্টিৰাজিৰে অসমীয়া সাহিত্য জগতখনলৈ যি অমূল্য অৱদান আগবঢ়াই গৈছে তাৰ বাবে তেখেত সদায়েই স্মৰণীয় হৈ থাকিব।
🙏
❤️
13