BJP Assam
January 20, 2025 at 11:33 AM
এডভাণ্টেজ আছাম ২.০ লৈ বিনিয়োগকাৰীসকলক আকৰ্ষিত কৰিবলৈ দক্ষিণ কোৰিয়ালৈ যোৱা মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দক্ষিণ কোৰিয়াৰ ইণ্ডিয়ান চেম্বাৰ অৱ কমাৰ্চে আয়োজন কৰা এডভাণ্টেজ আছামৰ ৰোড শ্ব’ অংশগ্ৰহণ কৰাৰ লগতে ১৪০গৰাকীৰো অধিক উদ্যোগপতিৰ সৈতে এক আলোচনাত মিলিত হয়।
❤️
🙏
👍
😂
10