BJP Assam
January 20, 2025 at 11:34 AM
প্ৰসন্নলাল চৌধুৰীদেৱে জাতীয় চেতনাৰে সমৃদ্ধ মেটমৰা সাহিত্য ৰচনাৰে অসমৰ সাহিত্য আৰু সাংস্কৃতিক ক্ষেত্ৰত অপৰিসীম অৱদান আগবঢ়াই গৈছে। তেখেতৰ কবিতা আৰু নাটকে সমাজ জীৱনক গভীৰভাৱে স্পৰ্শ কৰাৰ লগতে জাতীয় ঐক্য আৰু স্বাৰ্থৰ প্ৰতি সজাগ কৰি তুলিছিল। বিদ্ৰোহী কবি হিচাপে খ্যাত চৌধুৰীদেৱক পুণ্যতিথিত আজি গভীৰ শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ।
🙏
❤️
👍
😮
15