BJP Assam

21.0K subscribers

Verified Channel
BJP Assam
January 24, 2025 at 06:31 AM
বৰপেটা জিলাৰ ভাৰতীয় জনতা পাৰ্টিৰ জেষ্ঠ কাৰ্যকৰ্তা তথা গোমা মণ্ডলৰ প্ৰাক্তন সভাপতি বিশ্ব নাথ পাঠক ডাঙৰীয়াৰ মৃত‍্যুত আমি দলৰ নিষ্ঠাৱান কাৰ্যকৰ্তা এজন হেৰুৱালোঁ। তেখেতৰ বিয়োগত আমি মৰ্মাহত হৈছোঁ ৷ আমি শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰাৰ লগতে মৃতকৰ বিদেহ আত্মাৰ সদগতি কামনা কৰিছোঁ।
🙏 ❤️ 👍 😢 11

Comments