BJP Assam

21.0K subscribers

Verified Channel
BJP Assam
January 24, 2025 at 06:31 AM
ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ ৰাজ্যিক উপ-সভাপতি, তথা প্ৰাক্তন সাংসদ শ্ৰীযুত তপন কুমাৰ গগৈ ডাঙৰীয়াৰ পিতৃদেৱ কিছুদিন পূৰ্বে পৰলোকগামী হয়। ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ ৰাজ্যিক সভাপতি শ্ৰীযুত দিলীপ শইকীয়া ডাঙৰীয়াই কালি তেখেতৰ বাসগৃহত উপস্থিত হৈ তেখেতৰ লগতে পৰিয়ালবৰ্গৰ সৈতে এই শোকাৰ্ত সময়ৰ সমভাগী হয়।
🙏 ❤️ 👍 😮 15

Comments