BJP Assam

21.0K subscribers

Verified Channel
BJP Assam
January 27, 2025 at 09:04 AM
বিশিষ্ট সাহিত্যিক, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, 'বকুলবনৰ কবি' হিচাপে খ্যাত পদ্মশ্ৰী আনন্দ চন্দ্ৰ বৰুৱাদেৱৰ মৃত্যুবাৰ্ষিকীত তেখেতক স্মৰণ কৰি শ্ৰদ্ধা নিবেদিছোঁ। তেখেতৰ অনন্য অৱদানসমূহে অসমীয়া সাহিত্যৰ ক্ষেত্ৰখনক সদায়েই চহকী কৰি ৰাখিব।
🙏 ❤️ 7

Comments