BJP Assam
January 27, 2025 at 09:05 AM
কৰ্ম সংস্কৃতিৰ বিকল্প একো হ'ব নোৱাৰে৷ অসমবাসীক কৰ্ম সংস্কৃতিৰ ধাৰণাৰে আগবাঢ়ি যাবলৈ আহ্বান জনালোঁ৷ আমাৰ স্বপ্ন অসমখনক কৰ্ম সংস্কৃতিৰে দেশৰ ভিতৰত এখন শ্ৰেষ্ঠ ৰাজ্য হিচাপে গঢ়ি তোলা৷
:৭৬সংখ্যক গণৰাজ্য দিৱসত মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা...
🙏
❤️
7