BJP Assam

21.0K subscribers

Verified Channel
BJP Assam
January 27, 2025 at 09:05 AM
বহু শতিকাজুৰি ভাৰতীয় সমাজত শিপাই থকা এটা সামাজিক ব্যাধি আছিল অস্পৃশ্যতা। জাতিভেদ প্রথাত প্রোথিত হৈ থকা এই সামাজিক ব্যাধিয়ে লক্ষ লক্ষ লোকক তেওঁলোকৰ মানৱতাৰ গৌৰৱ আৰু মৌলিক অধিকাৰৰ পৰা বঞ্চিত কৰি সমাজৰ মূলসুঁতিৰ পৰা আঁতৰাই লৈ গৈছিল। এনে এক প্রেক্ষাপটত আমাৰ সমাজত আশাৰ কিৰণ হৈ দেখা দিছিল ড° ভীমৰাও ৰামজী আম্বেদকাৰে :৭৬ সংখ্যক গণৰাজ্য দিৱসত মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা।
🙏 ❤️ 👍 15

Comments