Recruitment Exam Preparation
January 18, 2025 at 05:19 PM
সংসদৰ বাজেট অধিবেশন ৩১ জানুৱাৰীত আৰম্ভ হ'ব। ১ ফেব্ৰুৱাৰীত কেন্দ্ৰীয় বাজেট উপস্থাপন কৰা হ'ব।
বাজেট অধিবেশনৰ প্ৰথম অংশ ১৩ ফেব্ৰুৱাৰীত সমাপ্ত হ'ব। অধিবেশনৰ দ্বিতীয় অংশ ১০ মাৰ্চত আৰম্ভ হৈ ৪ এপ্ৰিল, ২০২৫ তাৰিখে সমাপ্ত হ'ব।
👍
😢
2