Recruitment Exam Preparation
January 28, 2025 at 09:31 PM
⭕ ভাৰতত শস্য উৎপাদন কৰাত অগ্ৰণী ৰাজ্যসমূহ ✍️
1. ভাৰতত ধান উৎপাদনৰ আটাইতকৈ ডাঙৰ ৰাজ্য
▪️পশ্চিম বংগ
2. ভাৰতত গহুঁতৰ আটাইতকৈ ডাঙৰ উৎপাদক
▪️উত্তৰ প্ৰদেশ
3. ভাৰতত ইখৰৰ আটাইতকৈ ডাঙৰ উৎপাদক
▪️উত্তৰ প্ৰদেশ
4. ভাৰতত মুগপলৰ আটাইতকৈ ডাঙৰ উৎপাদক
▪️গুজৰাট
5. ভাৰতত চাহৰ আটাইতকৈ ডাঙৰ উৎপাদক
▪️অসম
6. ভাৰতত বাঁহৰ আটাইতকৈ ডাঙৰ উৎপাদক
▪️অসম
7. ভাৰতত জুটৰ আটাইতকৈ ডাঙৰ উৎপাদক
▪️পশ্চিম বংগ
8. ভাৰতত তামাকৰ আটাইতকৈ ডাঙৰ উৎপাদক
▪️আন্ধ্ৰ প্ৰদেশ
9. ভাৰতত কলৰ আটাইতকৈ ডাঙৰ উৎপাদক
▪️তামিলনাডু
10. ভাৰতত কেেশৰৰ আটাইতকৈ ডাঙৰ উৎপাদক
▪️জম্মু কাশ্মীৰ
11. ভাৰতত পিঁয়াজৰ আটাইতকৈ ডাঙৰ উৎপাদক
▪️মহাৰাষ্ট্ৰ
12. ভাৰতত গোলমৰিচৰ আটাইতকৈ ডাঙৰ উৎপাদক
▪️কেৰালা
13. ভাৰতত কাপোৰৰ আটাইতকৈ ডাঙৰ উৎপাদক
▪️গুজৰাট
14. ভাৰতত কফিৰ আটাইতকৈ ডাঙৰ উৎপাদক
▪️কৰ্ণাটক
যদি তথ্য সহায়ক লাগে, তেন্তে 𝐋𝐢𝐤𝐞 ♥️ আৰু 𝐒𝐡𝐚𝐫𝐞 🙏 কৰিবলৈ নাপাহৰিব।
❤️
👍
🙏
24