Recruitment Exam Preparation
January 29, 2025 at 05:24 AM
✍️ প্ৰধান দেশসমূহৰ ৰাষ্ট্ৰীয় খেল / National Sports of Major Countries
Q_1. ভাৰতৰ ৰাষ্ট্ৰীয় খেল কি? / What is the national sport of India?
Ans. হকী | Hockey
Q_2. আমেৰিকাৰ ৰাষ্ট্ৰীয় খেল কি? / What is the national sport of the USA?
Ans. বেছবল | Baseball
Q_3. জাপানৰ ৰাষ্ট্ৰীয় খেল কি? / What is the national sport of Japan?
Ans. জুডো | Judo
Q_4. ইংলেণ্ডৰ ৰাষ্ট্ৰীয় খেল কি? / What is the national sport of England?
Ans. ক্ৰিকেট | Cricket
Q_5. ব্ৰাজিলৰ ৰাষ্ট্ৰীয় খেল কি? / What is the national sport of Brazil?
Ans. ফুটবল | Football (Soccer)
Q_6. ফ্ৰান্সৰ ৰাষ্ট্ৰীয় খেল কি? / What is the national sport of France?
Ans. ফুটবল | Football (Soccer)
Q_7. ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰীয় খেল কি? / What is the national sport of Indonesia?
Ans. ব্যাডমিন্টন | Badminton
Q_8. অষ্ট্ৰেলিয়াৰ ৰাষ্ট্ৰীয় খেল কি? / What is the national sport of Australia?
Ans. ক্ৰিকেট | Cricket
Q_9. স্কটলেণ্ডৰ ৰাষ্ট্ৰীয় খেল কি? / What is the national sport of Scotland?
Ans. ৰাগবি ফুটবল | Rugby Football
Q_10. স্পেইনৰ ৰাষ্ট্ৰীয় খেল কি? / What is the national sport of Spain?
Ans. বুল ফাইটিং | Bull Fighting
Q_11. চীনৰ ৰাষ্ট্ৰীয় খেল কি? / What is the national sport of China?
Ans. টেবুল টেনিছ | Table Tennis
Q_12. মালয়েছিয়াৰ ৰাষ্ট্ৰীয় খেল কি? / What is the national sport of Malaysia?
Ans. ব্যাডমিন্টন | Badminton
Q_13. কানাডাৰ ৰাষ্ট্ৰীয় খেল কি? / What is the national sport of Canada?
Ans. আইচ হকী | Ice Hockey
Q_14. ভুটানৰ ৰাষ্ট্ৰীয় খেল কি? / What is the national sport of Bhutan?
Ans. তীৰন্দাজী | Archery
Q_15. ৰাছিয়াৰ ৰাষ্ট্ৰীয় খেল কি? / What is the national sport of Russia?
Ans. দাব | Chess
Q_16. পাকিস্তানৰ ৰাষ্ট্ৰীয় খেল কি? / What is the national sport of Pakistan?
Ans. হকী | Hockey
❤️
👍
🙏
16