Recruitment Exam Preparation
January 29, 2025 at 12:00 PM
১৯৪৯ চনত গঠিত গাঁও সুৰক্ষা সংগঠনৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে গাওঁৰক্ষীসকললৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এই বিশেষ দিনটোত সংগঠনটোৰ প্ৰতিষ্ঠাপক স্বৰ্গীয় হৰিনাৰায়ণ বৰুৱাদেৱলৈও শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। একো একোখন গাওঁ সুৰক্ষিত কৰি ৰখাৰ লগতে ৰাজ্যত আইন-শৃংখলা আৰু শান্তি-সম্প্ৰীতি বজাই ৰাখিবলৈ আৰক্ষীক সহায়-সহযোগিতা কৰি অহা সংগঠনটোৰ উত্তৰণ কামনা কৰিছোঁ।
❤️ 🙏 6

Comments