BJP Assam
February 27, 2025 at 11:50 AM
#advantageassam2 য়ে অসমৰ যুৱ প্ৰজন্মৰ বাবে কঢ়িয়াই আনিছে নতুন আশা আৰু উদ্যম । নিয়োগ, উদ্ভাৱন আৰু ব্যৱসায়িক দিশত অনাগত দিনৰ বাবে প্ৰকট হৈ উঠিছে অপাৰ সম্ভাৱনা। আহক, এই সন্মিলনত ভাগ লোৱা ছাত্ৰ-ছাত্ৰীসকলৰ মুখেৰেই শুনো তেওঁলোকৰ অনুভৱ...
🙏
❤️
8