BJP Assam
February 27, 2025 at 01:55 PM
আজি লখিমপুৰত অনুষ্ঠিত নাগৰিক সভাত মাননীয় মন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই এই বৰ্ষৰ কেন্দ্ৰীয় বাজেটৰ ওপৰত ৰাইজক অৱগত কৰাৰ লগতে সংবাদমেলত মাননীয়া কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানীক ধন্যবাদ জনায়।
এই কাৰ্যক্ৰমত লখিমপুৰ জিলাৰ মাননীয় জিলা সভাপতি শ্যামল শৰ্মা ডাঙৰীয়া, দলৰ জিলা পৰ্যায়ৰ নেতৃত্ব আৰু ৰাইজ উপস্হিত থাকে ।
🙏
❤️
👍
😂
20