BJP Assam
March 1, 2025 at 10:03 AM
অসমত শিক্ষা খণ্ডৰ সম্ভাৱনাক বাস্তৱায়িত কৰাৰ লক্ষ্যৰে মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰচেষ্টাত অনুষ্ঠিত Advantage Assam2.0 ত চৰকাৰ আৰু বিভিন্ন প্ৰতিষ্ঠানৰ মাজত হৈছে ৩৯০১ কোটি টকাৰ বিনিয়োগ সম্পৰ্কীয় বুজাবুজিৰ চুক্তি।
#advantageassam2

❤️
🙏
👍
5