BJP Assam
                                
                                    
                                        
                                    
                                
                            
                            
                    
                                
                                
                                March 1, 2025 at 10:35 AM
                               
                            
                        
                            আজি দলৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত অনুষ্ঠিত জিলা আৰু মণ্ডল সভাপতিসকলৰ কৰ্মশালাত অংশগ্ৰহন কৰি বিজেপিৰ মাননীয় ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক শ্ৰদ্ধাৰ বি এল সন্তোষ ডাঙৰীয়াই তেখেতৰ বহুমূলীয়া মাৰ্গদৰ্শন প্ৰদান কৰে।
                        
                    
                    
                    
                    
                    
                                    
                                        
                                            🙏
                                        
                                    
                                        
                                            ❤️
                                        
                                    
                                        
                                            👍
                                        
                                    
                                    
                                        8