KKHSOU
February 28, 2025 at 07:16 AM
প্ৰিয় শিক্ষাৰ্থী, 3rd Semester নামভৰ্তিৰ শেষ তাৰিখ *7th March 2025* লৈ বঢ়াই দিয়া হৈছে। অনুগ্ৰহ কৰি সোনকালে নামভৰ্তি কৰক, যাতে কোনো ধৰণৰ সমস্যা নহয়। *নামভৰ্তি লিংক:* https://lmskkhsou.in/admission/admission_record/index.php যদি নামভৰ্তি ক্ষেত্ৰত কোনো সমস্যা/অসুবিধা পায়, অনুগ্ৰহ কৰি এই লিংকত গৈ আমাক জনাব: https://forms.gle/4aih8vxiWq7x7hFu8 যদি আপুনি ইতিমধ্যে নামভৰ্তি কৰিছে, তেন্তে এই মেচেজ উপেক্ষা কৰিব।
😂 👍 ❤️ 🙏 😢 😮 50

Comments