Aspirants Of Assam
Aspirants Of Assam
May 23, 2025 at 04:52 PM
ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ (SCERT), অসমে প্ৰাথমিক শিক্ষাত ২ বছৰীয়া ডিপ্লমা (D.El.Ed) কাৰ্যসূচীৰ বাবে প্ৰি-এণ্ট্ৰি টেষ্ট (পিইটি)-২০২৫ৰ জৰিয়তে আবেদন আমন্ত্ৰণ জনাইছে। এই কাৰ্যসূচী ২০২৫-২০২৭ শৈক্ষিক অধিবেশনৰ বাবে সমগ্ৰ অসমৰ এন চি টি ই স্বীকৃতিপ্ৰাপ্ত শিক্ষক শিক্ষা প্ৰতিষ্ঠানত অনুষ্ঠিত হ’ব। আবেদন আৰম্ভ: ১৮ মে’ ২০২৫ শেষ তাৰিখ: ৫ জুন ২০২৫ পৰীক্ষাৰ তাৰিখঃ ১৩ জুলাই ২০২৫ ফলাফল ঘোষণা: ২৮ জুলাই ২০২৫ অধিক তথ্য আৰু এপ্লিকেচন লিংকৰ বাবে ক্লিক কৰক 👇🏻👇🏻 https://www.sikshalens.in/2025/05/deled-pre-entry-test-pet-2025-last-date.html?m=1
👍 ❤️ 3

Comments