
Dr. Parvez Madani
June 5, 2025 at 09:28 AM
*Arafa khutba in Assamese language*
মছজিদুল হাৰাম আৰু মছজিদে নবৱীৰ ধৰ্মীয় কাৰ্য্যৰ প্ৰশাসনৰ অধীনত থকা "ৰিচালাতুল হাৰামাইন" ৱেবছাইটৰ জৰিয়তে ১৪৪৬ হিজৰীৰ আৰাফা দিৱসৰ ভাষণ ৩৫টা ভাষাত অডিঅ' ৰূপান্তৰ (অনুবাদ)ৰ সৈতে প্ৰত্যক্ষ সম্প্ৰচাৰ কৰা হৈছে।
🔗 সংযোগ: https://risala.prh.gov.sa/ar/arafa/1446