Dev Library ™
June 13, 2025 at 03:16 AM
📚 ধ্বনিবিজ্ঞানৰ MCQ প্ৰশ্নোত্তৰ 🔤 ১) ❓ ‘ধ্বনিবিজ্ঞান’ শব্দটো ইংৰাজীত কি বুলি কোৱা হয়? 🅐 Phonology 🅑 Phonetics 🅒 Morphology 🅓 Syntax ✅ উত্তৰঃ 🅑 Phonetics 🎧 ২) ❓ ‘Phonetics’ শব্দটো কোন ভাষাৰ পৰা আহৰণ কৰা হৈছে? 🅐 লেটিন 🅑 সংস্কৃত 🅒 গ্ৰীক 🅓 জাৰ্মান ✅ উত্তৰঃ 🅒 গ্ৰীক 🇬🇷 ৩) ❓ ‘Phonetics’ শব্দটো কিহৰ পৰা গঠিত? 🅐 phono + logic 🅑 phone + istics 🅒 phon + gram 🅓 phon + etic ✅ উত্তৰঃ 🅑 phone + istics 🧠 ৪) ❓ ধ্বনিবিজ্ঞানত মূলত কি অধ্যয়ন কৰা হয়? 🅐 ব্যাকৰণ 🅑 শব্দ গঠন 🅒 ধ্বনি আৰু তাৰ গুণ 🅓 বাক্য গঠন ✅ উত্তৰঃ 🅒 ধ্বনি আৰু তাৰ গুণ 🔊 ৫) ❓ ধ্বনি উচ্চাৰণৰ সময়ত কোনটো জড়িত থাকে? 🅐 নাসিকাবিবৰ, জিভা 🅑 দাঁত, ওঁঠ 🅒 স্বৰতন্ত্ৰী, গলকোষ 🅓 ওপৰোক্ত সকলো ✅ উত্তৰঃ 🅓 ওপৰোক্ত সকলো 🗣️ ৬) ❓ ধ্বনিবিজ্ঞানত কিহৰ বৈজ্ঞানিক বিশ্লেষণ কৰা হয়? 🅐 বাক্যৰ গঠন 🅑 শব্দৰ মানে 🅒 ধ্বনিসমূহৰ উৎপত্তি আৰু গুণাগুণ 🅓 লিপিৰ ইতিহাস ✅ উত্তৰঃ 🅒 ধ্বনিসমূহৰ উৎপত্তি আৰু গুণাগুণ 🔍 ৭)❓ধ্বনি উৎপাদনত কিহে প্ৰধান ভূমিকা গ্ৰহণ কৰে? 🅐 হাত আৰু ভৰিৰ স্পন্দন 🅑 চকু আৰু কাণ 🅒 বাগযন্ত্ৰ 🅓 হাওঁফাওঁ ✅ উত্তৰ: 🅒 বাগযন্ত্ৰ 👄👅 ৮)❓ ধ্বনিবিজ্ঞানত ধ্বনিসমূহৰ কোন দিশবোৰ অধ্যয়ন কৰা হয়? 🅐 উচ্চাৰণ, স্থান, গুণ আৰু প্ৰকৃতি 🅑 কেৱল শব্দৰ বানান 🅒 ভাষাৰ ইতিহাস 🅓 সাহিত্যৰ সৌন্দৰ্য ✅ উত্তৰ: 🅐 উচ্চাৰণ, স্থান, গুণ আৰু প্ৰকৃতি 📊🗣️ 📢 এইধৰণৰ MCQ পোৱাৰ বাবে চেনেলটো Follow কৰক 👉 @অসমীয়া ভাষা আৰু ব্যাকৰণ 📲 https://whatsapp.com/channel/0029VbAjpOx9RZAV262phb1G/140
👍 ❤️ 😂 🙏 8

Comments