
GovJobAssam.Com
June 6, 2025 at 03:32 PM
মুখ্যমন্ত্ৰীয়ে শেহতীয়াকৈ ঘোষণা কৰিছে যে ADRE, অসম আৰক্ষী, GT/PGT আৰু DME পদবোৰৰ নিযুক্তি পত্ৰ ১০ অক্টোবৰ তাৰিখে বিতৰণ কৰা হ'ব। ইয়াৰ উপৰিও, মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছে যে ADRE 3.0-ৰ বিজ্ঞাপন চালিত বৰ্ষৰ নৱেম্বৰ মাহত প্ৰকাশ হোৱাৰ সম্ভাৱনা আছে।
The Chief Minister recently announced that appointments for ADRE, Assam Police, GT/PGT, and DME are scheduled for October 10, 2025. Additionally, the CM noted that the advertisement for ADRE 3.0 is likely to be released in November 2025.
👍
😂
❤️
🙏
31