AssamTopper.Com
May 29, 2025 at 03:28 AM
কালি অনুষ্ঠিত হোৱা অসম কেবিনেটত অসমৰ সামগ্ৰিক উন্নয়ন আৰু বিকাশৰ অৰ্থে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ ইয়াৰ ভিতৰত অসমৰ স্পৰ্শকাতৰ আৰু দুৰ্গম অঞ্চলৰ মূল বাসিন্দা আৰু আদিবাসী ভাৰতীয় নাগৰিকসকলৰ বাবে অস্ত্ৰ অনুজ্ঞাপত্ৰ প্ৰদানৰ সেৱা আগবঢ়াবলৈ বিশেষ আঁচনিত অনুমোদন, অসমৰ মহান ব্যক্তিসত্তালৈ শ্ৰদ্ধাপূৰ্বক সন্মান হিচাপে বিশেষ পদক্ষেপ, তৈল খেজুৰ উৎপাদনত উৎসাহ প্ৰদান, এডভাণ্টেজ আছামৰ প্ৰতিশ্ৰুতিৰ বাস্তৱ ৰূপায়ণৰ পদক্ষেপ আদি অন্যতম৷
Image from AssamTopper.Com: কালি অনুষ্ঠিত হোৱা অসম কেবিনেটত অসমৰ সামগ্ৰিক উন্নয়ন আৰু বিকাশৰ অৰ্থে ...
😂 🇵🇰 3

Comments