AssamTopper.Com
June 6, 2025 at 03:38 PM
*অতি সুখবৰ! মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে যে ADRE, Assam Police আৰু DME পদবোৰৰ নিযুক্তি পত্ৰ ১০ অক্টোবৰ তাৰিখে বিতৰণ কৰা হ'ব।* *তদুপৰি, তেওঁ জনাইছে যে ADRE 3.0-ৰ Notification এই বছৰৰ নৱেম্বৰ মাহত প্ৰকাশ হোৱাৰ সম্ভাৱনা আছে।*
❤️ 🙏 😂 🇵🇰 15

Comments