ThejobinAssam.in
ThejobinAssam.in
June 3, 2025 at 04:32 PM
*Assam JNV Admission 2026* *অসম জেএনভি নামভৰ্তি ২০২৬: নৱোদয় বিদ্যালয় সমিতিয়ে ষষ্ঠ শ্ৰেণীত নামভৰ্তিৰ বাবে জৱাহৰ নৱোদয় বিদ্যালয় বাছনি পৰীক্ষা (জেএনভিএছটি), ২০২৬ৰ অধিসূচনা প্ৰকাশ কৰিছে।* *আবেদনৰ লিংক* 👇🏻👇🏻👇🏻👇🏻 https://thejobinassam.in/assam-jnv-admission *ইয়াতে পঢ়া সম্পূৰ্ণ বিনামূলীয়া* *শ্বেয়াৰ কৰিব যাতে দূখীয়াঘৰৰ মেধাৱী ছাত্ৰ-ছাত্ৰী সকল‌ উপকৃত হয়* *৭৫% আসন গ্ৰামাঞ্চলৰ ছাত্ৰ-ছাত্ৰী সকলৰ বাবে সংৰক্ষিত*
👍 ❤️ 3

Comments