Himanta Biswa Sarma

Himanta Biswa Sarma

135.0K subscribers

Verified Channel
Himanta Biswa Sarma
Himanta Biswa Sarma
January 17, 2025 at 04:17 PM
শৈশৱকালৰ পৰা আজিৰ ৰাজনৈতিক জীৱনলৈ বহুখিনি কথাই ক’লোঁ। অসম আন্দোলনৰ সময়ত জজ ফিল্ডত দিয়া প্রথম বক্তৃতাৰ পৰা মাননীয় মোদী ডাঙৰীয়াৰ নেতৃত্বত বিকশিত ভাৰতৰ বাবে কাম কৰালৈ প্রায় সকলোখিনি সামৰি ক’বলৈ প্রয়াস কৰিলোঁ YourStory ৰ এই বিশেষ বার্তালাপত… https://www.facebook.com/share/v/19qP6C2y6J/
🙏 ❤️ 👍 👏 😂 🌹 🪷 👌 💗 😡 269

Comments