
Himanta Biswa Sarma
135.0K subscribers
Verified ChannelAbout Himanta Biswa Sarma
Chief Minister of Assam, Bharat
Similar Channels
Swipe to see more
Posts

The buzz is all over the country! #AdvantageAssam2 – 25th and 26th February, 2025 | Guwahati Come and experience Assam's vast investment potential in the 2-day Mega Investment Summit to be inaugurated by Hon'ble Prime Minister Shri Narendra Modi ji. advantageassam.assam.gov.in

ঐতিহাসিক 🇮🇳 ৰাজ্যৰ ৰাজধানীৰ বাহিৰত অসমৰ প্ৰথমখন বিধান সভাৰ বাজেট অধিৱেশন আয়োজন কৰা কোকৰাঝাৰস্থিত বিটিচি বিধান সভাৰ সন্মুখৰ চোতালত আজি … Historic 🇮🇳 At the forecourt of the BTC Legislative Assembly which is hosting Assam's first ever Assembly Session outside the State Capital.


‘ঝুমইৰ বিনন্দিনী’ আৰু ‘এডভাণ্টেজ আছাম ২.০’ৰ বাবে মাননীয় প্রধানমন্ত্রী শ্রীনৰেন্দ্র মোদী ডাঙৰীয়াৰ অসম ভ্রমণৰ সবিশেষ Details of Hon'ble Prime Minister Shri Narendra Modi Ji's Assam Tour for #JhumoirBinandini and #AdvantageAssam2

আজি নতুন দিল্লীত মাননীয় কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰীঅমিত শ্বাহ ডাঙৰীয়াক সাক্ষাৎ কৰি এডভাণ্টেজ আছাম-২.০ সন্দৰ্ভত তেখেতৰ বহুমূলীয়া পৰামৰ্শ গ্ৰহণ কৰোঁ। Today in New Delhi, I had the honour of meeting Hon’ble Home Minister Shri Amit Shah Ji to seek his guidance for #AdvantageAssam2


আমাৰ বাবে দুৰ্ভাগ্যজনক কথা যে ভাষিক সংঘাতৰ বাবে অসমে বহুকেইটা মূল্যৱান বছৰ হেৰুৱাব লগা হৈছিল। আমি অগ্ৰাধিকাৰ নিদিয়ালৈকে চৰকাৰীভাৱে বৰাক-ব্ৰহ্মপুত্ৰ উপত্যকাৰ বিভাজন দূৰ কৰি সমন্বয় স্থাপনৰ দিশত কেতিয়াও গুৰুত্বপূৰ্ণ প্ৰয়াস কৰা হোৱা নাছিল৷ শেহতীয়াকৈ অসমীয়া-বাংলা দুয়োটা ভাষাই ধ্ৰুপদী ভাষাৰ স্বীকৃতি লাভে ৰাজ্যত একতা বৃদ্ধিত অনন্য অৰিহণা যোগাইছে। Assam lost precious years due to an unfortunate linguistic conflict. There was never a serious effort to bridge the Barak-Brahmaputra divide until we stepped in & brought the regions closer. The classical language status to both languages furthered unity in the State.

ফলপ্রসূ নীতি আৰু উন্নত ফলাফল! অসমক বিনিয়োগৰ এক মুখ্য গন্তব্য স্থান হিচাপে আত্মপ্রকাশৰ আমাৰ লক্ষ্যৰ সৈতে সংগতি ৰাখি শেহতীয়াকৈ বিনিয়োগৰ বাবে সক্ষম পৰিস্থিতি তন্ত্ৰ সৃষ্টি তথা এডভাণ্টেজ আছাম ২.০ৰ জৰিয়তে উদ্যোগসমূহৰ বিনিয়োগ আকর্ষণৰ হেতু উদ্যোগ অনুকূল নীতি প্ৰস্তুত কৰিছোঁ। Effective policies, better outcomes! Aligning with our goal of establishing Assam as a premier investment destination, we have recently formulated many industry friendly policies to create an enabling ecosystem for industries to come and invest in #AdvantageAssam2

মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্র মোদী ডাঙৰীয়াই আমাৰ চাহ বাগিচা সম্প্ৰদায়ক সৰ্বোচ্চ সন্মান আৰু গুৰুত্ব প্ৰদানেৰে ধন্য কৰিছে। ভাৰতৰ ৫০তকৈও অধিক ৰাষ্ট্ৰদূত বৈদেশিক পৰিক্রমা মন্ত্র্যালয়ৰ মাননীয় কেন্দ্রীয় মন্ত্রী শ্রী এছ জয়শংকৰ ডাঙৰীয়াৰ নেতৃত্বত ২৪ ফেব্ৰুৱাৰীত মাননীয় মোদী ডাঙৰীয়াৰ সৈতে ‘ঝুমইৰ বিনন্দিনী’ৰ সাক্ষী হ'বলৈ আহি আছে। Hon'ble Prime Minister Shri Narendra Modi ji has bestowed the highest honour and importance on our tea garden community. Around 50 Heads of Missions in India led by EAM Dr S. Jaishankar ji will witness #JhumoirBinandini, alongside Adarniya Modi ji on February 24. UNPRECEDENTED!

অসমে শ্রদ্ধাৰ মাননীয় প্রধানমন্ত্রী শ্রীনৰেন্দ্র মোদী ডাঙৰীয়া আৰু উদ্যোগ জগতৰ অতিথিসকলক আদৰণি জনাবলৈ সাজু হৈছে। ইয়াৰ অংশস্বৰূপে আজি গুৱাহাটী বিমানবন্দৰত প্রস্তুতিৰ পর্যবেক্ষণ কৰোঁ। ‘এডভাণ্টেজ আছাম-২.০’ত অংশ ল’বলৈ অহা প্রতিগৰাকী সন্মানীয় ব্যক্তিয়ে যাতে সুন্দৰ আৰু স্মৰণীয় অভ্যর্থনা লাভ কৰিবলৈ সক্ষম হয়, তাক সুনিশ্চিত কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক নির্দেশনা প্রদান কৰিছোঁ। Guwahati is all set to welcome Adarniya Shri Narendra Modi ji & the global business diaspora on Monday. Ahead of the visit, I inspected the preparations at Guwahati Airport and instructed officials to ensure smooth and memorable reception for everyone coming to #AdvantageAssam2

আমাৰ অসমে এক অভিলেখকাৰী জি এছ ডি পিৰ লক্ষ্যৰ দিশে ধাৱমান হ'বলৈ ধৰিছে আৰু 'এডভাণ্টেজ আছাম ২.০'ৰ জৰিয়তে অনাগত বছৰসমূহত ঔদ্যোগিক পৰিৱেশ সূচনাৰে এক বিবিধতা আনিবলৈ পৰিকল্পনা কৰিছে। উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া শ্ৰীকপিঞ্জল কিশোৰ শৰ্মাই সাম্প্ৰতিক পৰিপ্ৰেক্ষিতত 'এডভাণ্টেজ আছাম-২.০'ৰ প্ৰাসংগিকতাক সংক্ষিপ্তভাৱে ব্যাখ্যা কৰিছে৷ চাওঁ আহক৷ Kapinjal Kishore Sharma, CPRO, Northeast Frontier Railway succinctly explains the relevance of #AdvantageAssam2 in the current context as the State looks to achieve a record GSDP growth and diversify its industrial base in the coming years.

শেহতীয়াকৈ অসমৰ অষ্টমখন ৰাষ্ট্ৰীয় উদ্যান হিচাপে ছিখনা জোহোলাও ৰাষ্ট্ৰীয় উদ্যানক অনুমোদন জনোৱা হয়। স্বাভাৱিকতে এয়া অতি ভাললগা খবৰ বুলি আমি বিশ্বাস কৰোঁ৷ ইয়াৰ লগে লগে অসম হৈ পৰিল দ্বিতীয় সৰ্বাধিক ৰাষ্ট্ৰীয় উদ্যান থকা ৰাজ্য৷ ৩১৬.২ বৰ্গ কিল'মিটাৰৰ এই ৰাষ্ট্ৰীয় উদ্যানখন বৃহত্তৰ মানস সংৰক্ষণ লেণ্ডস্কেপৰ অংশ৷ অধিক জানিবলৈ আমি প্ৰস্তুত কৰা এই সঁফুৰাটি চাওঁ আহক৷ We recently approved Assam's 8th National Park, Sikhna Jwhwlao National Park. This Park, spread over 316 Sq. Km is part of the Greater Manas Conservation Landscape and connects 4 other parks in the region. With this, Assam now has the 2nd highest National Parks in the country.