Himanta Biswa Sarma

Himanta Biswa Sarma

135.0K subscribers

Verified Channel
Himanta Biswa Sarma
Himanta Biswa Sarma
January 18, 2025 at 08:31 AM
মাজুলীৰ শ্ৰীদীপক হাজৰিকা অসমৰ যুৱ সমাজৰ বাবে এক আদৰ্শ। এই যুৱকজনে চাকৰিলৈ অপেক্ষা নকৰি লাভজনকভাৱে কুঁহিয়াৰ খেতি কৰি আৰু গুড়ৰ ব্যৱসায় চলাই নিজৰ জীৱনক সফল গতি দিব পাৰিছে। এই অনুপ্ৰেৰণামূলক কাহিনীৰ ভাল লগা অংশটো হৈছে আমি নিৰ্মাণ কৰা উন্নত পথসমূহে গ্ৰাহকসকলক সহজে তেওঁৰ ফাৰ্মলৈ যাবলৈ আৰু পোনপটীয়াকৈ তেওঁৰ ফাৰ্মৰ পৰা ক্ৰয় কৰাত বিশেষ ভূমিকা গ্ৰহণ কৰিছে। Dipak Hazarika, from Majuli, is a role model for the youth of Assam. The youngster is profitably doing sugarcane farming and running a jaggery business instead of chasing jobs. The best part – our roads are making customers reach him with ease & purchase directly from his farm.
🙏 ❤️ 👍 😂 👌 👏 💗 😢 🤡 287

Comments