
Himanta Biswa Sarma
January 21, 2025 at 06:45 AM
বিশাল ক্ৰীড়া আন্তঃগাঁথনিৰ নির্মাণৰত অৱস্থাৰ এই দৃশ্যাৱলী দেখি আপ্লুত হৈছোঁ। এয়া নলবাৰীৰ জিলা ক্ৰীড়া ষ্টেডিয়াম। আমি তৃণমূল পৰ্যায়ত আমাৰ উদীয়মান খেলুৱৈসকলক সমৰ্থন কৰিবলৈ গ্রাম্য আৰু নগৰ অঞ্চলত মানসম্পন্ন ক্ৰীড়া সুবিধা নিৰ্মাণৰ বাবে কাম কৰি আছোঁ।
Amazed by the visuals of this huge sports infrastructure coming up and wondering where it is?
It's the District Sports Stadium of Nalbari, a town in lower Assam.
We are building top notch sports facilities in small towns to support our budding players at the grassroots.
🙏
❤️
👍
👏
👌
💐
💿
😢
😭
213