Himanta Biswa Sarma

Himanta Biswa Sarma

135.0K subscribers

Verified Channel
Himanta Biswa Sarma
Himanta Biswa Sarma
January 21, 2025 at 12:39 PM
ফলপ্ৰসূ দক্ষিণ কোৰিয়া ভ্ৰমণত আমি আহ্লাদিত হৈছোঁ। এই সময়ছোৱাত দক্ষিণ কোৰিয়াৰ একাধিক খণ্ডৰ উদ্যোগৰ নেতৃবৃন্দৰ সৈতে অৰ্থপূৰ্ণ বাৰ্তালাপত অংশ লৈছিলোঁ আৰু এডভাণ্টেজ আছাম ২.০ত তেওঁলোকক আমাৰ সৈতে সহযোগিতা আগবঢ়াবলৈ আমন্ত্ৰণ জনাইছিলোঁ। পৰৱর্তী গন্তব্যস্থান জাপান 📍 My visit to South Korea has been a fruitful one as we engaged in meaningful conversations with industry leaders from multiple sectors and invited them to collaborate with us during #advantageassam2. Next Stop 📍Japan こんにちは、日本 🙏🏼
🙏 ❤️ 👍 🇮🇳 😂 🇯🇵 🌱 🎉 👌 284

Comments