Himanta Biswa Sarma

Himanta Biswa Sarma

135.0K subscribers

Verified Channel
Himanta Biswa Sarma
Himanta Biswa Sarma
January 23, 2025 at 04:48 PM
টকিঅ'ৰ পৰা হিৰোছিমা, হিৰোছিমাৰ পৰা ওছাকালৈ জাপানত এটি বিশেষ দিন 🇯🇵 নেতাজীক শ্ৰদ্ধাঞ্জলি জ্ঞাপনেৰে দিনটোৰ আৰম্ভণি কৰি তাৰ পাছত বৈঠক, ৰোড শ্ব', হিৰোছিমা শান্তি স্মাৰক ভ্ৰমণ আৰু বহুকেইটা সাক্ষাতেৰে উজ্জীৱিত আজিৰ দিনটো অভিজ্ঞতাময় হৈ ৰ'ল৷ এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণত এক বৃহৎ সফলতা নিশ্চিত কৰিবলৈ আমি আপোনালোকৰ আশিস শিৰত লৈ সম্ভৱপৰ সকলো প্ৰয়াস কৰিছোঁ৷ Tokyo 🛫 Hiroshima 🚅Osaka - a productive day in Japan 🇯🇵 Started the day by paying tributes to Netaji, followed by meetings, Roadshow, a visit to Hiroshima Peace Memorial and more meetings. We are pulling all stops to ensure #advantageassam2 is a grand success.
🙏 ❤️ 👍 👏 🇮🇳 😂 ❤‍🩹 🇯🇵 👌 😢 274

Comments