Himanta Biswa Sarma

Himanta Biswa Sarma

135.0K subscribers

Verified Channel
Himanta Biswa Sarma
Himanta Biswa Sarma
January 24, 2025 at 06:06 AM
চাৰিওদিশৰ পৰা ডিব্ৰুগড় প্ৰথমবাৰৰ বাবে কেন্দ্ৰীয় গণৰাজ্য দিৱস উদযাপনৰ বাবে সাজু হৈছে। গণৰাজ্যৰ মূল অনুভূতিক উদযাপন কৰিবলৈ চহৰখনক সজাই-পৰাই তোলা হৈছে। গণৰাজ্য দিৱসৰ এই আয়োজনে বিভিন্ন সমস্যাৰ উপশম ঘটাই এক নতুনৰ বাটেৰে আগবঢ়াৰ আমাৰ চৰকাৰ উদ্দেশ্যক নিশ্চিতভাৱে প্রতিনিধিত্ব কৰিছে। Dibrugarh is all set to host the Central Republic Day celebrations for the first time and the town is all decked up in tricolour to celebrate the spirit of the Republic. From being affected by militancy to now hosting full scale Republic Day Celebrations, it has come a long way.
🙏 ❤️ 👍 🇮🇳 👏 🌹 😂 😃 🛵 269

Comments