Himanta Biswa Sarma

Himanta Biswa Sarma

135.0K subscribers

Verified Channel
Himanta Biswa Sarma
Himanta Biswa Sarma
January 25, 2025 at 07:23 AM
'নিকেই এছিয়া'ৰ সৈতে অলপতে হোৱা মোৰ সাক্ষাৎকাৰত ভাৰত আৰু জাপানৰ মাজত থকা শক্তিশালী সাংস্কৃতিক সম্পৰ্ক, ছেমিকণ্ডাক্টৰ পৰিৱেশ তন্ত্ৰ সৃষ্টিৰ অসমৰ পৰিকল্পনাৰ তাৎপৰ্য, ৰাজ্যৰ বিশাল পৰ্যটনৰ সম্ভাৱনা আৰু ছাত্ৰ-ছাত্ৰীৰ নিয়োগ সুবিধা বৃদ্ধিকে ধৰি বিভিন্ন বিষয় অৱগত কৰিছিলোঁ৷ সাক্ষাৎকাৰটো চাব পাৰিব তলৰ লিংকযোগে৷ In my interview with @NikkeiAsia, I highlighted the strong cultural ties between India & Japan, the significance of Assam's plans to create a semiconductor ecosystem, the vast tourism potential of the State and on increasing student opportunities. Read at https://asia.nikkei.com/Editor-s-Picks/Interview/India-s-Assam-courts-Japan-firms-to-build-chip-ecosystem-chief-minister
🙏 ❤️ 👍 🇮🇳 👌 🇯🇵 🌀 🏹 👏 💋 254

Comments