Himanta Biswa Sarma

Himanta Biswa Sarma

135.0K subscribers

Verified Channel
Himanta Biswa Sarma
Himanta Biswa Sarma
January 25, 2025 at 01:52 PM
এডভাণ্টেজ আছাম ২.০ সন্মিলনলৈ মাত্ৰ ১ মাহ বাকী৷ এই আন্ত:গাঁথনি আৰু বিনিয়োগ সন্মিলনৰ পৰা ৰাজ্যই সৰ্বাধিক লাভৱান হোৱাটো নিশ্চিত কৰিবলৈ আমি সম্ভৱপৰ সকলো প্ৰয়াসেই কৰি আছোঁ। দক্ষিণ কোৰিয়া আৰু জাপানৰ ব্যৱসায়িক নেতৃবৃন্দৰ সৈতে ফলপ্ৰসূ আলোচনাত মিলিত হৈছিলোঁ আৰু ইয়াৰ ফলাফল স্বৰূপ কাৰ্য ৰূপায়ণে অসমক নতুন ধৰণে সমৃদ্ধ কৰিব বুলি মোৰ দৃঢ় বিশ্বাস। A month to go for #advantageassam2 & we're leaving no stone unturned to ensure that the State can reap maximum benefit out of the Summit. I had solid discussions with business leaders in South Korea and Japan & I am confident these will translate into on ground action very soon.
🙏 ❤️ 👍 🇮🇳 👏 👌 💐 😘 😭 😮 318

Comments