Himanta Biswa Sarma
January 27, 2025 at 06:30 AM
জাতি-জনগোষ্ঠীৰ অপূৰ্ব সমন্বয়থলী অসম 🪷
তৃতীয় ‘তাই জনগোষ্ঠীয় সাংস্কৃতিক মহোৎসৱ’ আৰু প্রথম ‘আন্ত:ৰাষ্ট্রীয় তাই যুৱ মহোৎসৱ’ত কালি আমাৰ চৰকাৰৰ জনগোষ্ঠী আৰু সাংস্কৃতিক ঐতিহ্য সংৰক্ষণ আৰু সম্প্ৰসাৰণৰ প্ৰতিশ্ৰুতিবদ্ধতা পুনৰ ব্যক্ত কৰোঁ। তাত উপস্থিত হোৱাৰ সময়খিনিয়ে দিনটোক এক নতুন মাত্ৰা প্ৰদান কৰিলে।
মহোৎসৱৰ কিছু আকৰ্ষণীয় দৃশ্যাৱলী…
Assam is a bouquet of flowers enriched by the nectar of our tribes and communities 🪷
At the 3rd International Tai Festival, I reiterated our Govt's commitment to promote and preserve the rich heritage of the community and highlighted our efforts of the last 3.5 years.
Glimpses
🙏
❤️
👍
🪷
😂
🇮🇳
💸
😢
😮
🛵
241