
Himanta Biswa Sarma
January 27, 2025 at 04:35 PM
जारिमिनारि बि टिआर गोजोन गोरोबथानि बा बोसोरारि गोग्गाथाव बुब्लियाव बयनिसिमबो हामब्लाइथि हरबाय।
আজিৰ পৰা পাঁচ বছৰ আগতে এক ইতিহাস সৃষ্টিৰ অৰ্থপূৰ্ণ দিন এটিৰ সাক্ষী হোৱাৰ পৰম সৌভাগ্য লাভ কৰিছিলোঁ৷ এই দিনটোতে বড়ো শান্তি চুক্তি স্বাক্ষৰ হোৱাটো অসমৰ বাবে এক মহৎ সন্ধিক্ষণ আছিল৷ এয়া সম্ভৱ হৈছিল মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দৃঢ় সংকল্প, মাননীয় গৃহমন্ত্ৰী শ্ৰীঅমিত শ্বাহ ডাঙৰীয়া সুপৰামৰ্শ আৰু বি টি আৰ তথা সামগ্ৰিকভাৱে অসমবাসীৰ আশীৰ্বাদৰ বাবে।
আজিৰ দিনটোত সেই সময়ৰ ৰোমন্থনেৰে বি টি আৰবাসীলৈ অভিনন্দন জনাইছোঁ৷
🙏
❤️
👍
🇮🇳
👏
🌷
🔱
😂
🚩
🛵
251