Himanta Biswa Sarma

Himanta Biswa Sarma

135.0K subscribers

Verified Channel
Himanta Biswa Sarma
Himanta Biswa Sarma
January 29, 2025 at 07:13 AM
যুৱ সমাজৰ স্বাৱলম্বিতাৰ নিদৰ্শন 💪🏼 চৰাইদেউৰ ৰূপালীয়ে DDU-GKY'ৰ অধীনত দক্ষতা প্ৰশিক্ষণ আৰু নিযুক্তি লাভ কৰাৰ পাছত নিজৰ এটা টেইলৰিং কেন্দ্ৰ খোলে। এতিয়া তেওঁ কেৱল নিজৰ জীৱিকা নিৰ্বাহেই নহয়, অন্য ১২গৰাকী মহিলাকো প্ৰশিক্ষণ দিয়ে। এনে সাফল্যৰ কাহিনী সঁচাকৈয়ে অনুপ্ৰেৰণাদায়ক! Empowering our youth to be self reliant and be job creators 💪🏼 Charaideo's Rupali, after receiving skill training and placement under DDU-GKY, opened a tailoring centre of her own, where she not only earns a livelihood but also trains 12 other women. Truly Inspirational!
🙏 ❤️ 👍 🔱 😢 🪷 👏 🕉️ 😭 😮 292

Comments