
Himanta Biswa Sarma
January 31, 2025 at 07:55 AM
এসময়ত অসমত আন্দোলন হৈছিল যে বাৰাউনীত আমি তেল নিদিওঁ৷ আজি তেল দিয়াৰ কথা বাদেই দিছোঁ, এতিয়া আমি নুমলীগড় শোধনাগাৰক বচাবৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ সহায়ত আমি বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিবলগা হৈছে৷
🙏
❤️
👍
😂
👏
🪷
🇮🇳
👌
😢
😮
261