
Himanta Biswa Sarma
January 31, 2025 at 04:09 PM
বহু সিদ্ধান্তৰ কৰণিৰে আজিৰ কেবিনেট বৈঠক
মিছন বসুন্ধৰা ৩.০ৰ আবেদনৰ সময়সীয়া বৃদ্ধি আৰু একাধিক জনগোষ্ঠীক ৩ প্রজন্মৰ স্থায়ী বাসিন্দাৰ নীতিৰ পৰা ৰেহাই, নতুন বিভাগৰ অনুমোদন, নতুন গ্রাম্য পথ শক্তিশালীকৰণকে ধৰি মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযান- নগৰীয়া ৰূপায়ণৰ নির্দেশনাত অনুমোদন আদি বহুকেইটা সিদ্ধান্ত গ্রহণ কৰা হয়।
In today's meeting of the #assamcabinet, we resolved to
✅Approve 3 key industrial policies
✅ Extension of MB 3.0 till Feb 15 & exemption of certain communities from 3 Gen Rule
✅Approve guidelines for MMUA-N
✅Approve Dept of Innovation, Incubation &Startup
✅New Rural roads
🙏
❤️
👍
👏
😂
😢
262