Himanta Biswa Sarma

Himanta Biswa Sarma

135.0K subscribers

Verified Channel
Himanta Biswa Sarma
Himanta Biswa Sarma
February 5, 2025 at 02:36 PM
অসমৰ জনসাধাৰণৰ সর্বাংগীণ কল্যাণ সাধনক অগ্রাধিকাৰ প্রদান কৰি আজিৰ কেবিনেট বৈঠকত বহুকেইটা গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণ কৰা হয়। শিক্ষাৰ্থী কল্যাণক অগ্ৰাধিকাৰ প্রদান কৰি অসমীয়া ভাষাৰ শিক্ষক সেৱা ব্যৱহাৰত অনুমোদন, মূল্য সংযোজিত কৰ (VAT) ৰ সুৰুঙা প্ৰতিহতকৰণ, ৪ ছেপ্টেম্বৰ ২০১৩ তাৰিখে বা তাৰ আগতে নিযুক্ত ৭১খন পৌৰ পৰিষদৰ ১,০৪৪গৰাকী পৌৰ নিগমৰ কৰ্মচাৰীৰ সেৱা প্ৰাদেশিকীকৰণৰ বাবে অসম পৌৰ কৰ্মচাৰী (প্ৰাদেশিকীকৰণ) বিধেয়ক ২০২৫ অনুমোদন আদি গুৰুত্বপূর্ণ সিদ্ধান্তসমূহৰ অন্যতম। In today's meeting of the #assamcabinet, we resolved to ✅Approve mechanism to stop VAT leakages ✅Approve key rules to regularise services of Municipal employees ✅Approve several student & teacher friendly decisions ✅Approve reforms in FPS license renewal
🙏 ❤️ 👍 👏 😂 💚 😮 236

Comments