Himanta Biswa Sarma

Himanta Biswa Sarma

135.0K subscribers

Verified Channel
Himanta Biswa Sarma
Himanta Biswa Sarma
February 16, 2025 at 03:36 PM
অসম কেবিনেটৰ আজিৰ বৈঠকত গ্ৰহণ কৰা সিদ্ধান্তসমূহৰ অন্যতম আছিল-- মেগা ঔদ্যোগিক উদ্যানৰ বাবে মৰিগাঁৱত ভূমি আবণ্টন, অসম সংহত স্বচ্ছ শক্তি নীতি অনুমোদন, অসমৰ অষ্টম ৰাষ্ট্ৰীয় উদ্যানৰ অধিসূচনাত অনুমোদন আদি৷ এই সিদ্ধান্তসমূহে অসমৰ বিকাশ যাত্ৰাত সাৰথিৰ দৰে ভূমিকা গ্ৰহণ কৰিব৷ In today's meeting of the #assamcabinet we resolved to ✅Allot land for Mega Industrial Park, Morigaon ✅Approve Assam Integrated Clean Energy Policy ✅Notify Sikhna Jwhwlao National Park in Chirang & Kokrajhar ✅Approve PG increments to Ayurvedic doctors
🙏 ❤️ 👍 👏 🇮🇳 🌞 👌 😮 199

Comments