
Himanta Biswa Sarma
February 19, 2025 at 05:40 AM
শেহতীয়াকৈ অসমৰ অষ্টমখন ৰাষ্ট্ৰীয় উদ্যান হিচাপে ছিখনা জোহোলাও ৰাষ্ট্ৰীয় উদ্যানক অনুমোদন জনোৱা হয়। স্বাভাৱিকতে এয়া অতি ভাললগা খবৰ বুলি আমি বিশ্বাস কৰোঁ৷ ইয়াৰ লগে লগে অসম হৈ পৰিল দ্বিতীয় সৰ্বাধিক ৰাষ্ট্ৰীয় উদ্যান থকা ৰাজ্য৷ ৩১৬.২ বৰ্গ কিল'মিটাৰৰ এই ৰাষ্ট্ৰীয় উদ্যানখন বৃহত্তৰ মানস সংৰক্ষণ লেণ্ডস্কেপৰ অংশ৷ অধিক জানিবলৈ আমি প্ৰস্তুত কৰা এই সঁফুৰাটি চাওঁ আহক৷
We recently approved Assam's 8th National Park, Sikhna Jwhwlao National Park.
This Park, spread over 316 Sq. Km is part of the Greater Manas Conservation Landscape and connects 4 other parks in the region.
With this, Assam now has the 2nd highest National Parks in the country.
🙏
❤️
👍
🇮🇳
👌
👏
🌞
💗
😮
276