Himanta Biswa Sarma

Himanta Biswa Sarma

135.0K subscribers

Verified Channel
Himanta Biswa Sarma
Himanta Biswa Sarma
February 19, 2025 at 05:31 PM
ফলপ্রসূ নীতি আৰু উন্নত ফলাফল! অসমক বিনিয়োগৰ এক মুখ্য গন্তব্য স্থান হিচাপে আত্মপ্রকাশৰ আমাৰ লক্ষ্যৰ সৈতে সংগতি ৰাখি শেহতীয়াকৈ বিনিয়োগৰ বাবে সক্ষম পৰিস্থিতি তন্ত্ৰ সৃষ্টি তথা এডভাণ্টেজ আছাম ২.০ৰ জৰিয়তে উদ্যোগসমূহৰ বিনিয়োগ আকর্ষণৰ হেতু উদ্যোগ অনুকূল নীতি প্ৰস্তুত কৰিছোঁ। Effective policies, better outcomes! Aligning with our goal of establishing Assam as a premier investment destination, we have recently formulated many industry friendly policies to create an enabling ecosystem for industries to come and invest in #advantageassam2
🙏 ❤️ 👍 👏 🇮🇳 🌞 😂 😃 🧠 226

Comments