
Himanta Biswa Sarma
February 20, 2025 at 03:27 PM
আমাৰ বাবে দুৰ্ভাগ্যজনক কথা যে ভাষিক সংঘাতৰ বাবে অসমে বহুকেইটা মূল্যৱান বছৰ হেৰুৱাব লগা হৈছিল। আমি অগ্ৰাধিকাৰ নিদিয়ালৈকে চৰকাৰীভাৱে বৰাক-ব্ৰহ্মপুত্ৰ উপত্যকাৰ বিভাজন দূৰ কৰি সমন্বয় স্থাপনৰ দিশত কেতিয়াও গুৰুত্বপূৰ্ণ প্ৰয়াস কৰা হোৱা নাছিল৷
শেহতীয়াকৈ অসমীয়া-বাংলা দুয়োটা ভাষাই ধ্ৰুপদী ভাষাৰ স্বীকৃতি লাভে ৰাজ্যত একতা বৃদ্ধিত অনন্য অৰিহণা যোগাইছে।
Assam lost precious years due to an unfortunate linguistic conflict. There was never a serious effort to bridge the Barak-Brahmaputra divide until we stepped in & brought the regions closer.
The classical language status to both languages furthered unity in the State.
🙏
❤️
👍
😂
😮
👌
👏
🪷
🇮🇳
🌞
265