
Himanta Biswa Sarma
February 21, 2025 at 06:28 AM
আমাৰ অসমে এক অভিলেখকাৰী জি এছ ডি পিৰ লক্ষ্যৰ দিশে ধাৱমান হ'বলৈ ধৰিছে আৰু 'এডভাণ্টেজ আছাম ২.০'ৰ জৰিয়তে অনাগত বছৰসমূহত ঔদ্যোগিক পৰিৱেশ সূচনাৰে এক বিবিধতা আনিবলৈ পৰিকল্পনা কৰিছে। উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া শ্ৰীকপিঞ্জল কিশোৰ শৰ্মাই সাম্প্ৰতিক পৰিপ্ৰেক্ষিতত 'এডভাণ্টেজ আছাম-২.০'ৰ প্ৰাসংগিকতাক সংক্ষিপ্তভাৱে ব্যাখ্যা কৰিছে৷ চাওঁ আহক৷
Kapinjal Kishore Sharma, CPRO, Northeast Frontier Railway succinctly explains the relevance of #advantageassam2 in the current context as the State looks to achieve a record GSDP growth and diversify its industrial base in the coming years.
🙏
❤️
👍
👏
😂
🌞
💋
🧠
🪷
228